Quran Quote  :  Never have We sent a Messenger but he has addressed his people in their language that he may fully expound his Message to them - 14:4

কুরআন - 29:66 সূরা আল-আঙ্কাবুত অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

لِيَكۡفُرُواْ بِمَآ ءَاتَيۡنَٰهُمۡ وَلِيَتَمَتَّعُواْۚ فَسَوۡفَ يَعۡلَمُونَ

এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)।

আল-আঙ্কাবুত সমস্ত আয়াত

Sign up for Newsletter