কুরআন - 7:1 সূরা আল-আরাফ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

الٓمٓصٓ

আলিফ-লাম-মীম-চাদ। [1]

সূরা আল-আরাফ আয়াত 1 তাফসীৰ


[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

Sign up for Newsletter