Quran Quote  :  But he who puts his trust in Allah shall find Allah All-Mighty. All-Wise. - 8:49

কুরআন - 22:68 সূরা হজ্জ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَإِن جَٰدَلُوكَ فَقُلِ ٱللَّهُ أَعۡلَمُ بِمَا تَعۡمَلُونَ

আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।

হজ্জ সমস্ত আয়াত

Sign up for Newsletter