Quran Quote  :  Know well that your belongings and your children are but a trial, and that with Allah there is a mighty reward. - 8:28

কুরআন - 69:19 সূরা আল-হাক্কাহ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقۡرَءُواْ كِتَٰبِيَهۡ

তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

আল-হাক্কাহ সমস্ত আয়াত

Sign up for Newsletter