কুরআন - 17:108 সূরা ইসরা অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَيَقُولُونَ سُبۡحَٰنَ رَبِّنَآ إِن كَانَ وَعۡدُ رَبِّنَا لَمَفۡعُولٗا

আৰু তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ’বই হ’ব’।

ইসরা সমস্ত আয়াত

Sign up for Newsletter