Quran Quote  :  All living creatures and all angels in the heavens and on the earth are in prostration before Allah; and never do they behave in arrogant defiance. - 16:49

কুরআন - 63:11 সূরা আল-মুনাফিকুন অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَلَن يُؤَخِّرَ ٱللَّهُ نَفۡسًا إِذَا جَآءَ أَجَلُهَاۚ وَٱللَّهُ خَبِيرُۢ بِمَا تَعۡمَلُونَ

যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হয়, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিয়ে। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

আল-মুনাফিকুন সমস্ত আয়াত

1
2
3
4
5
6
7
8
9
10
11

Sign up for Newsletter