Quran Quote  :  Call upon your Lord with humility and in secret. Surely He does not love transgressors. - 7:55

কুরআন - 63:2 সূরা আল-মুনাফিকুন অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

ٱتَّخَذُوٓاْ أَيۡمَٰنَهُمۡ جُنَّةٗ فَصَدُّواْ عَن سَبِيلِ ٱللَّهِۚ إِنَّهُمۡ سَآءَ مَا كَانُواْ يَعۡمَلُونَ

সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!

আল-মুনাফিকুন সমস্ত আয়াত

1
2
3
4
5
6
7
8
9
10
11

Sign up for Newsletter