কুরআন - 77:27 সূরা আল-মার্সালাত অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٖ وَأَسۡقَيۡنَٰكُم مَّآءٗ فُرَاتٗا

আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছোঁ তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

আল-মার্সালাত সমস্ত আয়াত

Sign up for Newsletter