কুরআন - 83:13 সূরা আল-মুতাফ্ফিফীন অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

إِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلۡأَوَّلِينَ

আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

আল-মুতাফ্ফিফীন সমস্ত আয়াত

Sign up for Newsletter