কুরআন - 83:30 সূরা আল-মুতাফ্ফিফীন অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَإِذَا مَرُّواْ بِهِمۡ يَتَغَامَزُونَ

আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

আল-মুতাফ্ফিফীন সমস্ত আয়াত

Sign up for Newsletter