কুরআন - 28:81 সূরা আল-কাসাস অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

فَخَسَفۡنَا بِهِۦ وَبِدَارِهِ ٱلۡأَرۡضَ فَمَا كَانَ لَهُۥ مِن فِئَةٖ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مِنَ ٱلۡمُنتَصِرِينَ

তাৰ পিছত আমি কাৰূনক তাৰ প্ৰাসাদসহ ভূ-গৰ্ভত পুতি পোলালোঁ। তাৰ সপক্ষে এনে কোনো দল নাছিল, যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব পাৰিব, আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।

আল-কাসাস সমস্ত আয়াত

Sign up for Newsletter