কুরআন - 56:82 সূরা আল-ওয়াকিয়াহ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَتَجۡعَلُونَ رِزۡقَكُمۡ أَنَّكُمۡ تُكَذِّبُونَ

আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!

আল-ওয়াকিয়াহ সমস্ত আয়াত

Sign up for Newsletter