কুরআন - 37:170 সূরা আল-সফাত অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

فَكَفَرُواْ بِهِۦۖ فَسَوۡفَ يَعۡلَمُونَ

কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।

Sign up for Newsletter