কুরআন - 85:20 সূরা আল-বুরুজ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطُۢ

আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।

আল-বুরুজ সমস্ত আয়াত

Sign up for Newsletter