Quran Quote  :  How many people were in the cave in surah Kahaf no one knows, only Allah knows the exact number. - 18:22

কুরআন - 52:23 সূরা আল-তুর অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

يَتَنَٰزَعُونَ فِيهَا كَأۡسٗا لَّا لَغۡوٞ فِيهَا وَلَا تَأۡثِيمٞ

তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামো নাথাকিব।

আল-তুর সমস্ত আয়াত

Sign up for Newsletter