Quran Quote  :  The deniers of the truth will soon come to know whose end is good. - 13:42

কুরআন - 41:1 সূরা হামিম অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

حمٓ

হা-মীম।[1]

সূরা হামিম আয়াত 1 তাফসীৰ


[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

হামিম সমস্ত আয়াত

Sign up for Newsletter